সৰুদৈয়াসৰুধেমালি

সৰুদৈয়া জাপি (Assamese) [ Roman: xo.ru.doi.ya ja.pi]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-04-13
1. (Material Noun-Neuter) a kind of ornamental japi. সৰু সৰুকৈ আৰু মিহিকৈ তোলা বুঢ়া জাতি বাঁহৰ কাঠিৰে ফুল অথবা অন্য কিবা চিত্র অংকন কৰা পাতল আৰু মজলীয়া আকৃতিৰ এবিধ জাপি৷ জাপিটোৰ ঘুৰণীয়া চাৰিও কাষ ৰঙা কাপোৰ চিলাই আৰু ওপৰৰ জোঙা কোণটিত এঠোপা ৰঙা সূতা বন্ধা হয়৷ অসমীয়া সমাজৰ মহিলাসকলে এই জাপি ব্যৱহাৰ কৰে তথা সন্মনীয় ব্যক্তিসকলক সন্মান প্রদৰ্শন কৰিবলৈ উপহাৰৰূপে আগবঢ়োৱা হয়৷
English: sorudoiya japi,
Assamese: সৰুদৈয়া জাপি

Related Idea:

a. Material Noun-Neuter: japi, জাপি, ebong, kuchong, কুচং...